জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন -শ্যামকানু, সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ –জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যাকাণ্ডৰ BNS সংযোজন -BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ -CID-এ গোচৰটোত নতুনকৈ সংযোজন কৰিলে 103 BNSটো -দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ -শ্যামকানু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নতুন ধাৰা সংযোজন

-শ্যামকানু, সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যাকাণ্ডৰ BNS সংযোজন

-BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ

-CID-এ গোচৰটোত নতুনকৈ সংযোজন কৰিলে 103 BNSটো

-দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ

-শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ ৭টা ধাৰাত গোচৰ ৰুজু

-316(5), 36(3), 337, 338, 339, 340, 341(1), 342(1) ধাৰা আৰোপ

-শ্যামকানু মহন্তই নিজৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথি-পত্ৰ

-অভিযানত উদ্ধাৰ হৈছিল ছীল-মোহৰৰ লগতে বহু নথি-পত্ৰ

-লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছি ভুৱা ছীল-মোহৰ

-CIDৰ SSP আচিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ

-শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ SITৰ

-মাৰাথান জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যু-ৰহস্য বিস্ফোৰক তথ্য

লগতে পঢ়ক : বেলতলা বিহু সন্মিলনীৰ ডাঙৰ সিদ্ধান্ত; এইবাৰ ব’হাগত নাপাতে বিহু