প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰি; কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নীলৈ চৰকাৰী চাকৰি; কেবিনেটৰ ডাঙৰ সিদ্ধান্ত

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই সিদ্ধান্ত সমূহ। মূখ্যমন্ত্ৰী

প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰৰ কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই সিদ্ধান্ত সমূহ।

মূখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পত্নীক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব।উপসনা বকলিয়াল গগৈক তৃতীয় বৰ্গৰ পদত দিয়া হ’ব নিযুক্তি। তিনিচুকিয়া জিলাতে তৃতীয় বৰ্গৰ পদত তেওঁক নিযুক্তি দিয়া হ’ব।

ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বেই নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে।ইয়াৰ বাবে কেবিনেটে মঞ্জুৰি গ্ৰহণ কৰিছে।  

লগতে পঢ়ক: খিলঞ্জীয়াৰ নহয়, মিঞা-মুছলমানৰ সমষ্টিক লৈহে বিৰোধীৰ কাজিয়াঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ

শেহতীয়া প্ৰৱন্ধসমূহ