নয়নতৰা

মা দুৰ্গাৰ চৰিত্ৰত দেখা যাব নয়নতৰা; শ্বেয়াৰ কৰিলে প্ৰথমখন পোষ্টাৰ

মা দুৰ্গাৰ চৰিত্ৰত দেখা যাব নয়নতৰাক পৰিচালক সুন্দৰ চিৰ ছবি মুক্তি আম্মান ২ৰ বাবে অপেক্ষাৰ অন্ত পৰিল। নিৰ্মাতাসকলে ছবিখনৰ প্ৰথম লুক ইতিমধ্যে মুকলি কৰিছে ।লগতে নয়নতৰাৰ এই ৰূপে মানুহক সুখী কৰি তুলিছে। এই লুকত এটা মহাশক্তিৰ অৱতাৰত নয়নতৰাক দেখিবলৈ পোৱা গৈছে।পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা আৰু

মা দুৰ্গাৰ চৰিত্ৰত দেখা যাব নয়নতৰাক

পৰিচালক সুন্দৰ চিৰ ছবি মুক্তি আম্মান ২ৰ বাবে অপেক্ষাৰ অন্ত পৰিল। নিৰ্মাতাসকলে ছবিখনৰ প্ৰথম লুক ইতিমধ্যে মুকলি কৰিছে ।লগতে নয়নতৰাৰ এই ৰূপে মানুহক সুখী কৰি তুলিছে।

এই লুকত এটা মহাশক্তিৰ অৱতাৰত নয়নতৰাক দেখিবলৈ পোৱা গৈছে।পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা আৰু দেৱীৰ দৰে সজ্জিত নয়নতৰাৰ নতুন লুকটোৱে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছে।

তেওঁ নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত তেলেগু আৰু হিন্দী ভাষাত পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছে, ‘মহাশক্তি’।পোষ্টাৰখনত সেউজীয়া ৰেচমৰ শাৰী আৰু গহনা পিন্ধি সাইলাখ দেৱী যেন দেখাইছে। অভিনেত্ৰী গৰাকীয়ে হাতত ত্ৰিশূল এডাল লৈ ব্যাকপল হৈ থকা যেন লাগিছে।

লগতে পঢ়ক: বিগ বছৰ প্ৰতিটো ছিজনত বৃদ্ধি হয় ছলমান খানৰ মাচুল; ১টা খণ্ডৰ বাবে…