নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ এক্সন

নলবাৰী কাণ্ডৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত ৰোজ আলীক এনকাউণ্টাৰ। আৰক্ষীৰ গুলিত নিহত হয় ৰোজ আলী।  নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ২৪ ঘণ্টা নৌহতেই হত্যাকাৰীক ৰোজ আলীৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। নলবাৰীৰ ঘটনাৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ। মুকালমুৱা চৰত এনকাউণ্টাৰ ৰোজ আলীক। ঘটনাটোৰ পিছতেই আৰক্ষীয়ে

নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত ৰোজ আলীক এনকাউণ্টাৰ। আৰক্ষীৰ গুলিত নিহত হয় ৰোজ আলী।

 নলবাৰীৰ গংগাপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ২৪ ঘণ্টা নৌহতেই হত্যাকাৰীক ৰোজ আলীৰ বিৰুদ্ধে গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। নলবাৰীৰ ঘটনাৰ অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ। মুকালমুৱা চৰত এনকাউণ্টাৰ ৰোজ আলীক। ঘটনাটোৰ পিছতেই আৰক্ষীয়ে ৰোজ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছিল।

মুকালমুৱা চৰত আত্মগোপন কৰি আছিল ৰোজ আলী। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই ৰোজ আলীৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ । আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈছে ৰোজ আলী। আহত ৰোজ আলীক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে নিহত বুলি ঘোষণা কৰে।

লগতে পঢ়ক: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাই কাল হ’ল ভাতৃ-ভগ্নীৰ; ২ মিঞাৰ আক্ৰমণত নিহত মাধুৰ্য বৰ্মন