নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; এছ জয়শংকৰক কৰিব সাক্ষাৎ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা -ৰাজধানী দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা -কেইবাখনো বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী -কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয় শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী -ছিংগাপুৰৰ উচ্চায়ুক্তকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে -কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানকো কৰিব সাক্ষাৎ -বিয়লি ৪.৩০

নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

-ৰাজধানী দিল্লীলৈ ৰাওনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

-কেইবাখনো বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী

-কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয় শংকৰৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী

-ছিংগাপুৰৰ উচ্চায়ুক্তকো সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

-কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানকো কৰিব সাক্ষাৎ

-বিয়লি ৪.৩০ বজাত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে অসম ভৱনত হ’ব বৈঠক

-সন্ধিয়া ৭ বজাত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠক মুখ্যমন্ত্ৰীৰ

-জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰসংগত কৰিব আলোচনা

লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তঃ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৫ অভিযুক্তক

শেহতীয়া প্ৰৱন্ধসমূহ