এআইক লৈ বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত; উন্নত কৰিব শাসন ব্যৱস্থা

এআইক লৈ বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এআইক লৈ ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়াৰে পৰা এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি এআইক লৈ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। বিত্তমন্ত্ৰী গৰাকীয়ে এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব বুলি উল্লেখ কৰে।

বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এআইক লৈ ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়াৰে পৰা এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰি এআইক লৈ এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। বিত্তমন্ত্ৰী গৰাকীয়ে এআইৰ জৰিয়তে শাসন ব্যৱস্থা উন্নত কৰা হ’ব বুলি উল্লেখ কৰে।

বিশ্বজুৰি এআই ব্যৱহাৰ কৰা হয়, আৰু এই উদ্যোগত ভাৰতে দ্ৰুতগতিত আগবাঢ়িছে।ভাৰতত বিশ্বৰ কিছুমান বৃহৎ এআই প্লেটফৰ্ম আছে।

উৎপাদনশীলতা বৃদ্ধিৰ বাবে এআই ব্যৱহাৰ কৰা হ’ব।ইয়াৰ দ্বাৰা শাসন ব্যৱস্থাক দ্ৰুত আৰু স্বচ্ছ কৰি তোলাত সহায়ক হ’ব।আগন্তুক দিনত এআই শাসনে ভাৰতলৈ কি কি লাভ কঢ়িয়াই আনিব সেয়া প্ৰকাশ কৰা হ’ব।

এআই প্ৰযুক্তিৰ ব্যৱহাৰ চৰকাৰী সেৱাৰ প্ৰদানৰ উন্নতি, নীতি নিৰ্ধাৰণক তথ্য-চালিত কৰি তোলা, আৰু ইয়াৰ সহায়ত সাধাৰণ নাগৰিকক উন্নত সুবিধা প্ৰদান কৰিব। এআইৰ সহযোগত কৃষি বিকাশৰ ওপৰত গুৰুত্ব আৰোপ এইবাৰ বাজেটত

লগতে পঢ়ক: বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা; দাম কমিব  কৰ্কট আৰু ডায়েবেটিছ ৰোগৰ ঔষধৰ

শেহতীয়া প্ৰৱন্ধসমূহ