২৭ বছৰৰ পিছত একেলগে দেখা গ’ল ববি দেউল আৰু প্ৰীটি জিন্টাক

২৭ বছৰৰ পিছত একেলগে দেখা গ’ল ববি দেউল আৰু প্ৰীটি জিন্টাক; হাঁহি হাঁহি কৰিলে আলিংগন

২৭ বছৰৰ পিছত ববি দেউল আৰু প্ৰীটি জিন্টা চোল্জাৰত ববি দেউল আৰু প্ৰীতি জিণ্টাৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। তাৰ ২৭ বছৰৰ পাছত তেওঁলোকক পুনৰ একেলগে দেখা পাই দৰ্শকসকলৰ পুৰণি স্মৃতি সতেজ হৈ পৰিছিল। ছবিখনৰ গীতসমূহ এতিয়াও অতি জনপ্ৰিয় আৰু ববী আৰু প্ৰীতিৰ অন স্ক্ৰীণ

২৭ বছৰৰ পিছত ববি দেউল আৰু প্ৰীটি জিন্টা

চোল্জাৰত ববি দেউল আৰু প্ৰীতি জিণ্টাৰ যুটিক দৰ্শকে যথেষ্ট ভাল পাইছিল। তাৰ   ২৭ বছৰৰ পাছত তেওঁলোকক পুনৰ একেলগে দেখা পাই দৰ্শকসকলৰ পুৰণি স্মৃতি সতেজ হৈ পৰিছিল।

ছবিখনৰ গীতসমূহ এতিয়াও অতি জনপ্ৰিয় আৰু ববী আৰু প্ৰীতিৰ অন স্ক্ৰীণ যুটিয়ে মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে।

এতিয়া বহুদিনৰ মূৰত মনীষ মলহোত্ৰাৰ দীপাৱলী পাৰ্টিত দুয়োকে একেলগে হাঁহি হাঁহি আলিংগন কৰা দেখিবলৈ পোৱা গৈছে।

য’ত ববীৰ পত্নী তনয়াও উপস্থিত আছিল।ববী আৰু প্ৰীতিৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰীতি আৰু ববীয়ে ইজনে সিজনক দেখাৰ লগে লগে কোনো পলম নকৰাকৈ দুয়ো দৌৰি গৈ মৰমেৰে ইজনে সিজনক সাৱটি ধৰিলে।

ববিৰ পত্নী তনয়া দেওলৰ সৈতেও প্ৰীতিক কথা পাতি থকা দেখিবলৈ পোৱা গৈছে। যিটো অনুৰাগীসকলে আটাইতকৈ ভাল পাইছো।দুয়োৰে বহু ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

লগতে পঢ়ক: পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়

শেহতীয়া প্ৰৱন্ধসমূহ