ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসম কন্যা আধ্যাশ্ৰী উপাধ্যায়
ৰাজ্যবাসীৰ বাবে গৌৰৱৰ কথা। পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ কণমানি আধ্যাশ্ৰী উপাধ্যায়। Super Dancer-5ত বিজয়ী হ’ল আধ্যাশ্ৰী। ১০ লাখ টকা লাভেৰে বিজয়ীৰ খিতাপ আধ্যাশ্ৰীৰ শিৰত।
অসমত উপস্থিত হৈয়ে বিমান বন্দৰৰ পৰা বাহিৰে বাহিৰে সোনাপুৰত জুবিন গাৰ্গৰ সমাধিলৈ যাব কণমানি আধ্যাশ্ৰীয়ে। আধ্যাশ্ৰীৰ বিজয়ৰ পিছতেই গৃহ জিলাত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে।
লগতে পঢ়ক: ২৫ বছৰৰ পিছত অভিষেক বচ্চনলৈ ফিল্মফেয়াৰ বঁটা;পিতৃ-কন্যাক ক’লে হিৰ’









