সোণ বিচাৰি অভিযান; মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানক লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

সোণ বিচাৰি অভিযান; মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানক লৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নগাঁৱৰ বৰঘাটত নিশা আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। বাহনখনত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানো আছিল। শুকুৰবাৰে নিশা নগাঁও বাইপাছত দুৰ্ঘটনাগ্ৰস্ত হয় আৰক্ষীৰ এখন বাহন। বাহনখনত আছিল মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। জানিব পৰা মতে, নিশা ৰাজিবুৰক লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি

নগাঁৱৰ বৰঘাটত নিশা আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়। বাহনখনত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমানো আছিল।

শুকুৰবাৰে নিশা নগাঁও বাইপাছত দুৰ্ঘটনাগ্ৰস্ত হয় আৰক্ষীৰ এখন বাহন। বাহনখনত আছিল মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। জানিব পৰা মতে, নিশা ৰাজিবুৰক লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি চলাইছিল অভিযান। সেই সময়তে নগাঁৱৰ বৰঘাটত আৰক্ষীৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ডকাইত ৰজিবুৰ ৰহমান।দুৰ্ঘটনাটোত আৰক্ষী বিষয়া বিমান গগৈ সহ দুগৰাকী আৰক্ষী জোৱানো আহত হয়।লগে লগে ডকাইত ৰজিবুৰ ৰহমানক সংকটজনক অৱস্থাত নগাওঁ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক: অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত: ১৫-২০ বছৰ পুৰণি পেট্ৰ’ল আৰু ডিজেল চালিত বাহনৰ চলাচলত নিষেধাজ্ঞা