জুবিন গাৰ্গক লৈ ৰাজনাতি নহয়; সদনত মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

“জুবিন গাৰ্গক লৈ ৰাজনীতি নহয়”;  সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

অসম বিধানসভাৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ প্ৰসংগ উত্থাপন কৰে। সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে হাৰ্টথ্ৰৰ্ব জুবিন গাৰ্গ প্ৰসংগ। জুবিন গাৰ্গৰ কথা উল্লেখ কৰি মুক্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জুবিন অসমীয়াৰ সম্পদ। জুবিনক লৈ কেতিয়াও ৰাজনীতি নহয়। জুবিন গাৰ্গক

অসম বিধানসভাৰ চতুৰ্থ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গ প্ৰসংগ উত্থাপন কৰে।

সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে হাৰ্টথ্ৰৰ্ব জুবিন গাৰ্গ প্ৰসংগ। জুবিন গাৰ্গৰ কথা উল্লেখ কৰি মুক্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘জুবিন অসমীয়াৰ সম্পদ। জুবিনক লৈ কেতিয়াও ৰাজনীতি নহয়। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা সকলে এইবাৰৰ নিৰ্বাচনত সেইসকল তথাকথিত জুবিনপ্ৰেমীক ৰাইজে শিক্ষা দিলে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া সমালোচনা কৰিছিল, ব্যক্তিগত ভাৱে মই থিয় হৈ এইকেইটা মন্তব্য কৰিছিলো। নিৰ্বাচনৰ পূৰ্বে জুবিনক লৈ বিৰোধিয়ে ২ খন সমাজ গঢ়িছিল। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকল লোকে ৰাজনীতি কৰিছিল সেই সকলে জীৱিত কালত জুবিনক সমালোচনা কৰিছিল।জুবিনৰ মৃত্যুৰ পিছত ৰাতিটোৰ ভিতৰতে একাংশ জুবিনৰ

কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, নিৰ্বাচনৰ টেবুলতো কংগ্ৰেছে জুবিন গাৰ্গৰ ফটো আঁৰি দিছিল। কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ৰাজনৈতিক নেতাৰ নহয়, জুবিন গাৰ্গৰ ফটোহে দেখা গৈছিল।জুবিনক লৈ ৰাজনীতি কৰা সকলক ৰাইজে তেওঁলোকৰ বিধায়ক ১৯ জনলৈ হ্ৰাস কৰিলে। ১৯ জনৰ ১৮ জনেই এটা বিশেষ সম্প্ৰদায়ৰ। শংকৰদেৱ মাধৱদেৱ, জ্যোতিপ্ৰসাদক লৈ ৰাজনীতি নহয়।

লগতে পঢ়ক: গুৱাহাটীত ভূটানৰ প্ৰধানমন্ত্ৰী: ৰঙা দলিচা পাৰি ভব্য আদৰণি ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ