তামিলনাডুৰ ফটাকা ফেক্টৰিত বিস্ফোৰণ; ১৬ জনৰ কৰুণ মৃত্যু

তামিলনাডুৰ ফটকা ফেক্টৰিত বিস্ফোৰণ; ১৬ জনৰ কৰুণ মৃত্যু

তামিলনাডুৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন আহত হৈছে। তামিলনাডুৰ বিৰুধুনগৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন আহত হৈছে। জানিব পৰা মতে, কট্টনাৰ পট্টিৰ এটা

তামিলনাডুৰ এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন আহত হৈছে।

তামিলনাডুৰ বিৰুধুনগৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে।এটা ফটকা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ফলত ১৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জন আহত হৈছে।

জানিব পৰা মতে, কট্টনাৰ পট্টিৰ এটা ফটকা কাৰখানাত সংঘটিত হয় এক বিস্ফোৰণ। এই কাৰখানাতে ফেন্সী ফটকা তৈয়াৰ কৰা হয়।আজি দুপৰীয়া কাৰখানাটোৰ পৰা এটা ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছিল। সেই সময়ত কাৰখানাটোৰ ভিতৰত শ্ৰমিক সকলে ফটকা নিৰ্মাণৰ কাম কৰি আছিল।

বিস্ফোৰণটোৰ পিছতেই এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল উপস্থিত হৈ আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: ১৯ দিনত চাৰিটাকৈ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ, কম্পিত জাপান-দক্ষিণ কোৰিয়া