‘গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

‘গৌৰৱ গগৈয়ে মিটিং আৰম্ভ কৰে আচ্ছালাম আলাইকুমেৰে’; কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে বাংলাদেশী মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলিও কয়। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দেওবাৰে নামনি অসমত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।গোৱালপাৰত উপস্থিত হৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

নিৰ্বাচনী প্ৰচাৰৰ সময়তে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে বাংলাদেশী মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিছে বুলিও কয়।

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দেওবাৰে নামনি অসমত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।গোৱালপাৰত উপস্থিত হৈ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী গৰাকীয়ে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,কংগ্ৰেছে বাংলাদেশী মিঞাৰ ওচৰত আত্মসমৰ্পণ কৰিছে।বৰ্তমান সময়ত গৌৰৱ গগৈয়ে প্ৰতিখন মিটিঙত আচ্ছালাম আলাইকুমেৰেহে আৰম্ভ কৰে।তেওঁ কেতিয়াও জয় গুৰু শংকৰ বুলি মিটিং আৰম্ভ কৰা দেখিছে নেকি?  

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, বিগত ৫ বছৰত আমি মিঞাৰ হাত ভৰি ভাঙি দিয়া হৈছে।আৰু এইবাৰ বাংলাদেশী মুছলমানৰ ৰাজহাড় ভাঙিম।অৱশ্যে অসমীয়া মুছলমান সকলৰ চিন্তা আছে।বাংলাদেশী মিঞাৰ অসমৰ পৰা খেদাটো ইমান সহজ নহয়। কিন্তু ইয়াত আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম যে বাংলাদেশীয়ে নিজেই অসম এৰিবলৈ বাধ্য হ’ব।

লগতে পঢ়ক: কংগ্ৰেছে অনা পাছপৰ্ট সম্পৰ্কীয় অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰীৰ, পৱন খেৰাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি