'নুৰুল হুদা গ' বেক'; ভোট বিচাৰি যোৱা বিধায়কক পহুখেদা ৰাইজৰ

 ‘নুৰুল হুদা গ’ বেক’; ভোট বিচাৰি যোৱা বিধায়কক পহুখেদা ৰাইজৰ

গ’ বেক ধ্বনি দি ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা দিলে স্থানীয় ৰাইজে। শুকুৰবাৰে নিশা ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ গৈছিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা। নিশা জুৰীয়াৰ কছাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই।কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল

গ’ বেক ধ্বনি দি ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা দিলে স্থানীয় ৰাইজে।

শুকুৰবাৰে নিশা ভোট বিচাৰি ৰূপহীহাটৰ জুৰিয়ালৈ গৈছিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা। নিশা জুৰীয়াৰ কছাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই।কিন্তু

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা দিলে ৰাইজে।বিধায়ক নুৰুল হুদাই যোৱা ৫ বছৰতকছাৰী গাঁৱত কোনো উন্নয়নমূলক কাম-কাজ নকৰাৰ অভিযোগ জনতাৰ।নুৰুল হুদাক পহুখেদা দিয়াৰ লগতে স্থানীয় লোকে ‘নুৰুল হুদা গ’ বেক’ ধ্বনিও দিয়ে। জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে নুৰুল হুদাই।

লগতে পঢ়কঃ ‘দেশত নহয় কোনো লকডাউন’; সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আঢ়ৈ ঘণ্টীয়া বৈঠক