দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

অৱশেষত বিজেপিত যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে। বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত মুখ্যমন্ত্ৰীৰ বাসভৱনত সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে। ১২.৩০ বজাত বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে নিশা কংগ্ৰেছৰ নেতা সকলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ

অৱশেষত বিজেপিত যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে।

বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত মুখ্যমন্ত্ৰীৰ বাসভৱনত সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে। ১২.৩০ বজাত বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছৰ নেতা সকলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি দলত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পিছতেই তেওঁ বিজেপিত যোগদান কৰাৰ কথা নিশ্চিত হৈছিল।

লগতে পঢ়ক: হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে