৩৯ বছৰ বয়সত কইনা হ’ব শ্ৰদ্ধা কাপুৰ; দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে আৱদ্ধ হ’ব বিবাহপাশত!

 ৩৯ বছৰ বয়সত কইনা হ’ব শ্ৰদ্ধা কাপুৰ; দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে আৱদ্ধ হ’ব বিবাহপাশত!  

বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কেতিয়া আৰু কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব তাক লৈ চৰ্চা চলি আছে। বলীউডৰ বিউটি কুইন শ্ৰদ্ধা কাপুৰে নিজৰ বিবাহ সন্দৰ্ভত শিৰোনাম দখল কৰি আছে। দীৰ্ঘদিন ধৰি শ্ৰদ্ধাৰ নাম লেখক ৰাহুল মোডীৰ সৈতে জড়িত হৈ আছে। দুয়োজনে নিজৰ বিবাহ সন্দৰ্ভতো সঘনাই শিৰোনাম

বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কেতিয়া আৰু কাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব তাক লৈ চৰ্চা চলি আছে।

বলীউডৰ বিউটি কুইন শ্ৰদ্ধা কাপুৰে নিজৰ বিবাহ সন্দৰ্ভত শিৰোনাম দখল কৰি আছে। দীৰ্ঘদিন ধৰি শ্ৰদ্ধাৰ নাম লেখক ৰাহুল মোডীৰ সৈতে জড়িত হৈ আছে। দুয়োজনে নিজৰ বিবাহ সন্দৰ্ভতো সঘনাই শিৰোনাম দখল কৰে। অনুৰাগীসকলেও শ্ৰদ্ধাক কইনাৰ সাজত চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে।এতিয়া শ্ৰদ্ধাৰ মাহীয়েক তেজস্বিনী কলহপুৰে বিবাহ সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে।

মাহীয়েক তেজস্বিনী কলহপুৰে কয় যে, শ্ৰদ্ধাৰ বিবাহক লৈ যি বাতৰি ওলাই আছে সেয়া আচলতে উৰা বাতৰি হে। আমাৰ পৰিয়ালত এনেকুৱা কোনো কথাৰ আলোচনা চলা নাই। শ্ৰদ্ধাই যদি বিয়া হ’ব বিচাৰে তেনেহলে মই সকলোতকৈ সুখী হ’ম।শ্ৰদ্ধাই নিজৰ পৰিয়ালৰ উত্তৰাধিকাৰক আগুৱাই লৈ যোৱাৰ বাবে আমি তেওঁক লৈ গৰ্ব কৰো।

লগতে পঢ়ক: ঘোষণা হ’ল ২০২৬ বৰ্ষৰ অস্কাৰ বঁটা; ‘ৱান বেটল আফটাৰ এনাদাৰ’ৰ ৬টা বঁটা লাভ

শেহতীয়া প্ৰৱন্ধসমূহ