ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত জয়লাভ ভাৰতৰ; টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত জয়লাভ ভাৰতৰ; টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত

আজি কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হ’ব আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।টচত জয়ী হৈ ভাৰতে বলিঙৰ সিদ্ধান্ত লৈছে। কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হৈছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন

আজি কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হ’ব আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।টচত জয়ী হৈ ভাৰতে বলিঙৰ সিদ্ধান্ত লৈছে।

কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হৈছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।

প্ৰতিযোগিতাখনৰ চতুৰ্থ ছেমি ফাইনেলৰ দলটো এই খেলখনৰ পৰাই নিৰ্ণয় কৰা হ’ব। যিয়ে জয়ী হ’ব সেই দলটোৱেই শীৰ্ষ-৪ত স্থান লাভ কৰিব।

দুয়োটা দলৰ ২-২ পইণ্ট আছে আৰু আজিৰ খেলখনত জয়ী হোৱা দলটোৱে ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।দুয়োটা দলৰ বাবে আজিৰ খেলখন নিৰ্ণায়ক বুলি প্ৰমাণিত হ’বলৈ গৈ আছে।

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছ জয় কৰি বল কৰাৰ সিদ্ধান্ত লৈছে। এই নকআউট মেচত ৱেষ্ট ইণ্ডিজৰ দলে প্ৰথমে বেটিং কৰিব। ভাৰতীয় বলাৰসকলে ৱেষ্ট ইণ্ডিজক নূন্যতম ৰান সংগ্ৰহ কৰাত সীমাবদ্ধ ৰখাত গুৰুত্ব দিব লাগিব।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি ভাৰতৰ অগ্নিপৰীক্ষা, ছেমি ফাইনেলৰ লক্ষ্যৰে ইডেনত যুঁজিব সূৰ্য বাহিনীয়ে