উজনিৰ ৰাজপথত মিঞা মুক্ত অসমৰ হ'ৰ্ডিংচ

উজনিৰ ৰাজপথত মিঞা মুক্ত অসমৰ হ’ৰ্ডিং…

মিঞাক লৈ এইবাৰ সৰৱ হৈছে অসমীয়া যুৱ মঞ্চ। মিঞা মুক্ত অসমৰ বাবে উজনিৰ ৰাজপথত লগালে হ’ৰ্ডিংচ। দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিঞাক লৈ এক ডাঙৰ মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে, অসমত তেওঁ মুখ্যমন্ত্ৰী হৈ থকা লৈকে মিঞাই কষ্ট খায়েই থাকিব লাগিব। তাৰ

মিঞাক লৈ এইবাৰ সৰৱ হৈছে অসমীয়া যুৱ মঞ্চ। মিঞা মুক্ত অসমৰ বাবে উজনিৰ ৰাজপথত লগালে হ’ৰ্ডিংচ।

দেওবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মিঞাক লৈ এক ডাঙৰ মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে, অসমত তেওঁ মুখ্যমন্ত্ৰী হৈ থকা লৈকে মিঞাই কষ্ট খায়েই থাকিব লাগিব।

তাৰ পিছতেই এতিয়া মিঞাৰ বিৰুদ্ধে সৰৱ হৈ উজনিৰ দল সংগঠন। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মিঞা মুক্ত অসমৰ হ’ৰ্ডিং আঁৰিলে অসমীয়া যুৱ মঞ্চই।

তেওঁলোকে কয় যে, ‘অসমৰ পৰা শীঘ্ৰেই মিঞা খেদিব লাগিব,ন’হলে অসম বাংলাদেশ হৈ পৰিব।মিঞা খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। মিঞা খেদি থলুৱাক সকলো কামতে নিয়োজিত কৰিব লাগিব।

সংগঠনটোৱে কয় যে, মিঞা মানেই সকলো অপৰাধী, চোৰ, ডকাইত।মিঞাক মিঞালেণ্ড লাগে, মিউজিয়াম লাগে, জলাশয়ৰ মাটি, সত্ৰৰ মাটি মিঞাই কব্জা কৰিছে।

সেয়ে অসমৰ পৰা মিঞা খেদাব লাগিব।মিঞাক টালি-টোপোলা বান্ধি বাংলাদেশলৈ খেদি পঠিওৱাবলৈ ৰাজ্যবাসীক আহ্বান সংগঠনটোৰ।  

লগতে পঢ়ক: কেন্দ্ৰীয় বাজেটক ‘সংস্কাৰমুখী’ আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শেহতীয়া প্ৰৱন্ধসমূহ