প্ৰথমখন T-20খন নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ জয়...

প্ৰথমখন T-20 ত নিউজিলেণ্ডৰ বিৰু্দ্ধে ভাৰতৰ জয়…

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচ অনুৰাগীৰ বাবে মূল্যৱান বুলি প্ৰমাণিত হয়। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা দলটোৱে জয়ৰে শৃংখলা আৰম্ভ কৰিছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰত অনুষ্ঠিত হয়।এই খেলখনত টিম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচ অনুৰাগীৰ বাবে মূল্যৱান বুলি প্ৰমাণিত হয়। সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত থকা দলটোৱে জয়ৰে শৃংখলা আৰম্ভ কৰিছে।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা টি-২০ শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰত অনুষ্ঠিত হয়।এই খেলখনত টিম ইণ্ডিয়াই নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰে।নাগপুৰত খেলা এই মেচখনত নিউজিলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

বিশ্বকাপৰ ড্ৰেছ ৰিহাৰ্চেল বুলি গণ্য কৰা এই ধাৰাবাহিকখনৰ ভাৰতীয় খেলুৱৈসকলৰ ওপৰত সকলোৰে দৃষ্টি আছিল। প্ৰথমে বেট ধৰি ভাৰতে নিউজিলেণ্ডত বান্ধি দিছিল ২৩৯ ৰানৰ লক্ষ্য।

কিন্তু নিউজিলেণ্ডে ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৯০ ৰানহে সংগ্ৰহ কৰে।শৃংখলাত ভাৰতৰ হৈ অভিশেষ শৰ্মাই সংগ্ৰহ কৰে সৰ্বাধিক ৮৪ ৰান, অধিনায়ক সূৰ্য কুমাৰ যাদৱ সংগ্ৰহ কৰে ৩২ ৰান,হাৰ্দিক পাণ্ডিয়াই ২৫ ৰান,ৰিংকু সিঙে অপৰাজিত ৪৪ ৰান সংগ্ৰহ কৰে। ইফালে ১০ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নমুখী হয় সঞ্জু চেমচন

লগতে পঢ়ক: ধনশ্ৰীৰ পিছত আৰ জে মাহৱাশৰ সৈতেও বিচ্ছেদ যুজবেন্দ্ৰ চাহালৰ; কৰিলে আনফল’

শেহতীয়া প্ৰৱন্ধসমূহ