দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ। সমাজবাদী পাৰ্টী আৰু এন চি পি ৰ গৃহ বিবাদৰ সুযোগ ললে AIMIM এ। এইবাৰ মহাৰাষ্ট্ৰৰ মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৰাজনৈতিক সমীকৰণে আচৰিত ৰূপ ধাৰণ কৰিছে।সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আবু আজমী আৰু এন চি পি (অজিত পাৱাৰ ফৈদৰ) শক্তিশালী

বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ। সমাজবাদী পাৰ্টী আৰু এন চি পি ৰ গৃহ বিবাদৰ সুযোগ ললে AIMIM এ।

এইবাৰ মহাৰাষ্ট্ৰৰ মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৰাজনৈতিক সমীকৰণে আচৰিত ৰূপ ধাৰণ কৰিছে।সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আবু আজমী আৰু এন চি পি (অজিত পাৱাৰ ফৈদৰ) শক্তিশালী নবাব মালিকৰ মাজত চলি থকা দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাতৰ পৰা প্ৰত্যক্ষভাৱে লাভৱান হৈছে AIMIM

এই হুলস্থুলৰ মাজতে AIMIM য়ে মুম্বাইত মুঠ ৪ খন আসন লাভ কৰিছে, যাৰ বাবেই স্থানীয় ৰাজনীতিত নতুন বিতৰ্ক আৰম্ভ হৈছে।

মুম্বাইৰ বিভিন্ন অঞ্চলত AIMIM ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। যিয়ে AIMIM আৰু ইয়াৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিক উদযাপনৰ সুযোগ দিলে।

লগতে পঢ়ক: ব্ৰিটেইনৰ সংসদত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ‘কামসূত্ৰ’ৰ উদাহৰণ; হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি