মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পত্নী সকলৰ বাবে আনিছে এটা ভালখবৰ। দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ দিবৰ বাবে মুকলি কৰিলে হেল্পলাইন নম্বৰ
দ্বিতীয় বিবাহ কৰা বা কৰাম বুলি ভাৱি থকা স্বামীসকল সাৱধান।কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ বাবে মুকলি কৰিলে এটা হেল্পলাইন নম্বৰ।এতিয়াৰ পৰা দ্বিতীয় বিবাহ কৰা স্বামীৰ অভিযোগ DIRECT দিব পাৰিব মুখ্যমন্ত্ৰীক।
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয় যে, এতিয়াৰে পৰা দ্বিতীয় বিবাহ কৰা স্বামী সকল সাৱধান। ১১৪ নম্বৰত পত্নী সকলে মুখ্যমন্ত্ৰী গৰাকীক কৰিব পাৰিব ফোন।
স্বামীৰ বিৰুদ্ধে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীক অভিযোগ দিব পাৰিব পত্নীসকলো। সেই অভিযোগৰ লগে লগে হ’ব এক্সন।
লগতে পঢ়ক: বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাৰ দেহাৱসান…









