‘মিঞাৰ দখলত থাকিব নোৱাৰিব অসমীয়াৰ মাটি’; মুখ্যমন্ত্ৰী

‘মিঞাৰ দখলত থাকিব নোৱাৰিব অসমীয়াৰ মাটি’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

অবৈধ বাংলাদেশী মিঞাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ভোটাৰ তালিকাত থাকিব নোৱাৰিব কোনো বাংলাদেশীৰ নাম । বাংলাদেশীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,‘ভোটাৰ তালিকাত কোনো বাংলাদেশীৰ নাম থাকিব নোৱাৰিব। কোনো মিঞাৰ দখলত

অবৈধ বাংলাদেশী মিঞাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ভোটাৰ তালিকাত থাকিব নোৱাৰিব কোনো বাংলাদেশীৰ নাম ।

বাংলাদেশীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,‘ভোটাৰ তালিকাত কোনো বাংলাদেশীৰ নাম থাকিব নোৱাৰিব।

কোনো মিঞাৰ দখলত অসমৰ মাটি থাকিব নোৱাৰিব। সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত দেখিলেই খবৰ দিয়ক। ৬,৭ আৰু ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি দিব পাৰিব অভিযোগ।

এই অভিযোগ পালেই জাননী জাৰি কৰা হ’ব।উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ব। ইমানেই নহয় কোনো মৃত লোকৰ নাম তালিকাত থাকিব নোৱাৰিব।

লগতে পঢ়ক: ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

শেহতীয়া প্ৰৱন্ধসমূহ