স্মৃতি মান্ধনাৰ হাতৰ পৰা নোহোৱা হ’ল এংগেজমেণ্ট ৰিং! পলাশ মুচলৰ সৈতে ভাঙিল নেকি বিয়া?

নোহোৱা হ’ল স্মৃতি মান্ধনাৰ এংগেজমেণ্ট ৰিং;পলাশ মুছলৰ সৈতে ভাঙিল নেকি বিয়া?

স্মৃতি মান্ধনাৰ হাতৰ পৰা নোহোৱা হ’ল এংগেজমেণ্ট ৰিং! সঁচাকৈয়ে পলাশ মুছলে কৰিছিল নেকি প্ৰতাৰণা? ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনাই ২৩ নৱেম্বৰত গায়ক-সুৰকাৰ পলাশ মুছলৰ সৈতে বিবাহ স্থগিত ৰখাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট দিছে। বিয়া স্থগিত হোৱাৰ পিছত এতিয়া স্মৃতিয়ে এটা ভিডিঅ’ পোষ্ট কৰিছে।

স্মৃতি মান্ধনাৰ হাতৰ পৰা নোহোৱা হ’ল এংগেজমেণ্ট ৰিং! সঁচাকৈয়ে পলাশ মুছলে কৰিছিল নেকি প্ৰতাৰণা?

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মান্ধনাই ২৩ নৱেম্বৰত গায়ক-সুৰকাৰ পলাশ মুছলৰ সৈতে বিবাহ স্থগিত ৰখাৰ পিছত ছ’চিয়েল মিডিয়াত প্ৰথমটো পোষ্ট দিছে।

বিয়া স্থগিত হোৱাৰ পিছত এতিয়া স্মৃতিয়ে এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোৱে সকলোৰে মনত এক সন্দেহ আনিছে।এই ভিডিঅ’টোত তেওঁ বিয়াৰ কোনো কথা উল্লেখ কৰা নাই।  

দৰাচলতে, উপ-অধিনায়ক গৰাকীয়ে এটা ব্ৰেণ্ডৰ প্ৰচাৰত বিশ্বকাপ জয়লাভ কৰি নিজৰ অনুভৱ ব্যক্ত কৰে।অৱশ্যে,অনুৰাগী সকলে ভিডিঅ’টোত তেওঁৰ বাওঁহাতত এংগেজমেণ্ট ৰিংটো লক্ষ্য কৰে।

কাৰণ তেওঁ হাতত নাছিল এংগেজমেণ্ট ৰিংটো।স্মৃতিক পলাশ মুছলে নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত এই এংগেজমেণ্ট ৰিংটো পিন্ধাইছিল।কিন্তু এতিয়া তেওঁৰ হাতত আঙুঠিটো নেদেখি পুনৰ জল্পনা-কল্পনা আৰম্ভ হৈছে।

ক্ৰিকেটাৰ গৰাকীৰ বহু অনুৰাগীয়ে দাবী কৰিছে যে,পলাশে স্মৃতিক প্ৰতাৰণা কৰিছিল, যাৰ ফলত বিয়াখন বাতিল কৰা হয়।    

লগতে পঢ়ক: ২ বছৰৰ মূৰত ৰণবীৰ সিঙৰ প্ৰত্যাৱৰ্তন; ‘ধুৰন্ধৰ’ক ব্লকবাষ্টাৰ আখ্যা

শেহতীয়া প্ৰৱন্ধসমূহ