“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”; মাঞ্জীৰ তীব্ৰ সমালোচনা

“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”; মাঞ্জীৰ তীব্ৰ সমালোচনা

“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব” বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰা ৰাষ্ট্ৰীয় জনতা দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাত্ৰ ২৫খন আসনতে থমকিব লগা হয়। এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ মুৰব্বী

“পৃথিৱীত ডাইনচৰৰ যি অৱস্থা হ’ল, বিহাৰত RJD ৰো একেই অৱস্থা হ’ব”

বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত চৰকাৰ গঠন কৰিব বুলি দাবী কৰা ৰাষ্ট্ৰীয় জনতা দলে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰু মাত্ৰ ২৫খন আসনতে থমকিব লগা হয়।

এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তথা হিন্দুস্তানী আৱাম মৰ্চাৰ মুৰব্বী জিতন ৰাম মাঞ্জীয়ে RJD ৰ অৱস্থাক লৈ তীব্ৰ সমালোচনা কৰিছে।

জিতন ৰাম মাঞ্জীয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, পৃথিৱীত ডাইনচৰৰ যিটো অৱস্থা হ’ল, আগন্তুক সময়ত বিহাৰত সেই অৱস্থা আৰজেডিৰো হ’ব।

এতিয়াটো সকলো লোকে ক’বলৈ লৈছে যে, পৃথিৱীত যদি পুনৰ ডাইনচৰ উভতি আহিব পাৰে কিন্তু বিহাৰত পুনৰ আৰজেডি আহিব নোৱাৰে।

লগতে পঢ়ক: ২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

শেহতীয়া প্ৰৱন্ধসমূহ