গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল –গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন -জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা -অনিৰ্দিষ্ট কাললৈ কোনেও উলিয়াব নোৱাৰিব সমদল, ৰেলী -নিয়ম উলংঘা কৰিলেই বিহা হ’ব কঠোৰ শাস্তি -অত্যধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবেই দিয়া হৈছে নিৰ্দেশনা -তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল

গুৱাহাটীৰ ৰাজপথত নিষিদ্ধ ৰেলী, সমদল, প্ৰতিবাদ, মাৰাথন

-জিলা প্ৰশাসনে জাৰি কৰিছে BNSS 163 ধাৰা

-অনিৰ্দিষ্ট কাললৈ কোনেও উলিয়াব নোৱাৰিব সমদল, ৰেলী

-নিয়ম উলংঘা কৰিলেই বিহা হ’ব কঠোৰ শাস্তি

-অত্যধিক যান-জঁট নিয়ন্ত্ৰণৰ বাবেই দিয়া হৈছে নিৰ্দেশনা

-তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে BNSS 163 ধাৰা

-আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা

-মহানগৰৰ উপ-আৰক্ষী আয়ুক্ত ইমদাদ আলীৰ নিৰ্দেশনা জাৰি

-পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ

শেহতীয়া প্ৰৱন্ধসমূহ