দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ এজন
-দিল্লী বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ
-মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰম্ভ এক্সন
-বিতৰ্কিত মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ প্ৰথমজন অভিযুক্ত
-অৱসৰপ্ৰাপ্ত অধ্যক্ষ নজৰুল ইছলাম বৰভূঞাক গ্ৰেপ্তাৰ আৰক্ষীৰ
-দিল্লীৰ ঘটনাৰ পিছতে সামাজিক মাধ্যমত কৰিছিল বিতৰ্কিত মন্তব্য
–কাছাৰৰ বাছকান্দি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নজৰুল ইছলাম বৰভূঞা
-দিল্লীৰ ঘটনাক লৈ বিতৰ্কিত মন্তব্য কৰা কোনো সাৰি নাযাব
-সকলোকে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক : দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ উচ্চ পৰ্যায়ৰ বৈঠক অমিত শ্বাহৰ; NIAক তদন্তৰ দায়িত্ব









