জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন –জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱাৰ আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত -৬০ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ -মদনপুৰ টোলগেটত সংঘটিত এই দুৰ্ঘটনা -হঠাত দাও দাওকৈ জ্বলি উঠিল আল্ট্ৰা বাছখন -মংগলদৈ দাহিৰপৰা আহিছিল যাত্ৰীবাহী বাছখন -কথমপি প্ৰাণৰক্ষা ৬০ গৰাকী যাত্ৰীৰ

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি থকা বাছত ভয়ংকৰ অঘটন

জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাত্ৰী কঢ়িওৱাৰ আল্ট্ৰা বাছ দুৰ্ঘটনাগ্ৰস্ত

-৬০ৰো অধিক যাত্ৰীৰ মাজত হাহাকাৰ

-মদনপুৰ টোলগেটত সংঘটিত এই দুৰ্ঘটনা

-হঠাত দাও দাওকৈ জ্বলি উঠিল আল্ট্ৰা বাছখন

-মংগলদৈ দাহিৰপৰা আহিছিল যাত্ৰীবাহী বাছখন

-কথমপি প্ৰাণৰক্ষা ৬০ গৰাকী যাত্ৰীৰ

-ৰখাই থোৱা অৱস্থাতে হঠাত দাও দাওকৈ জ্বলি উঠে বাছখন

লগতে পঢ়ক : কাইলৈ ঘোষণা হ’ব প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ ফলাফল

শেহতীয়া প্ৰৱন্ধসমূহ