সিদ্ধাৰ্থ শৰ্মা

সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি; বাসগৃহত প্ৰৱেশৰ চেষ্টা জুবিন অনুৰাগীৰ

সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দঁতালপাৰাৰ মানপাৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।সিদ্ধাৰ্থ শৰ্মাক বিচাৰি ওলাই আহিল অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী।অৰ্কিড হিলভিউৰ তৃতীয় মহলাত থাকে সিদ্ধাৰ্থ শৰ্মা। SIT ৰ এটা দলে এপাৰ্টমেন্টোত অভিযান চলাবলৈ যোৱাৰ সময়তে অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী

সিদ্ধাৰ্থ শৰ্মাৰ এপাৰ্টমেন্টত সন্মুখত উত্তপ্ত পৰিস্থিতি

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দঁতালপাৰাৰ মানপাৰাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।সিদ্ধাৰ্থ শৰ্মাক বিচাৰি ওলাই আহিল অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী।অৰ্কিড হিলভিউৰ তৃতীয় মহলাত থাকে সিদ্ধাৰ্থ শৰ্মা।

SIT ৰ এটা দলে এপাৰ্টমেন্টোত অভিযান চলাবলৈ যোৱাৰ সময়তে অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

মানপাৰাৰ ফ্লেটৰ তৃতীয় মহলাত সিদ্ধাৰ্থ লুকাই থকাৰ সন্দেহ কৰা হৈছিল। ফ্লেটৰ গেট খুলি সিদ্ধাৰ্থক শাস্তি দিয়াৰ হুংকাৰ অসংখ্য অনুৰাগীৰ। অৱশ্যে আৰক্ষীৰ উপস্থিতিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয়।  

লগতে পঢ়ক: গ্ৰেপ্তাৰ হ’ল শেখৰজ্যোতি গোস্বামী;  বাসগৃহত CID ৰ অভিযান