জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব… মহানগৰ আৰক্ষী আয়ুক্ত আহ্বান

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব -নিশা ৯বজাৰ পিছত জুবিনৰ ঘৰলৈ নাহিব -জুবিনৰ অনুৰাগীক আহ্বান মহানগৰ আৰক্ষীৰ -পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ ৰাখি এই আহ্বান আৰক্ষীৰ -জুবিনৰ ঘৰত কোনেও অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’বলৈ নিদিয়াৰ আহ্বান আৰক্ষীৰ -জুবিনৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে বুলি মন্তব্য আৰক্ষী

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ নামত উদ্ভণ্ডালি নছলিব

-নিশা ৯বজাৰ পিছত জুবিনৰ ঘৰলৈ নাহিব

-জুবিনৰ অনুৰাগীক আহ্বান মহানগৰ আৰক্ষীৰ

-পিতৃৰ অসুস্থতাৰ প্ৰতি লক্ষ ৰাখি এই আহ্বান আৰক্ষীৰ

-জুবিনৰ ঘৰত কোনেও অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’বলৈ নিদিয়াৰ আহ্বান আৰক্ষীৰ

-জুবিনৰ প্ৰকৃত অনুৰাগীয়ে কেতিয়াও উদ্ভণ্ডালি নকৰে বুলি মন্তব্য আৰক্ষী আয়ুক্তৰ

-অসাধু চক্ৰক নাকী লগাবলৈ আৰক্ষীয়ে মুকলি কৰিলে HELPLINE NUMBER

-১১২ নম্বৰত ডায়েল কৰি জনাওক আৰক্ষীক

-উদ্ভণ্ডালি কৰা লোকক চিনাক্ত কৰাটো জুবিন অনুৰাগীৰো দ্বায়িত্ব বুলি মন্তব্য পাৰ্থ সাৰথি মহন্তৰ

-ৰাইজলৈ আহ্বান আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ

লগতে পঢ়ক : জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ আনিবলৈ দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

শেহতীয়া প্ৰৱন্ধসমূহ