ভূমিকম্প

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য; ৫.৯ প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতি

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ভূঁইকপৰ প্রৱল জোকাৰণিয়ে কঁপাই তুলিলে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ মতে ভূমিকম্পৰ প্ৰাবল্য ৫.৯ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰি বুলি প্ৰকাশ কৰিছে। এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয়।

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য

দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ভূঁইকপৰ প্রৱল জোকাৰণিয়ে কঁপাই তুলিলে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ মতে ভূমিকম্পৰ প্ৰাবল্য ৫.৯ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰি বুলি প্ৰকাশ কৰিছে।

এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয়। অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ কিছু অংশতো এই কঁপনি অনুভূত হয়।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

শেহতীয়া প্ৰৱন্ধসমূহ