-ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত ইতিহাস ৰচিলে বিজেপি মিত্ৰজোঁটে
-অভূতপূৰ্ব সফলতাৰে পঞ্চায়ত নিৰ্বাচনত শক্তি দেখুৱালে শাসকীয় মিত্ৰজোঁটে
-ৰাজ্যৰ ৩৯৭ জিলা পৰিষদৰ ৩০০খন আসন লাভ কৰিলে বিজেপি মিত্ৰজোঁটে
-আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনৰ ১৪৩৬খন লাভ কৰে বিজেপি মিত্ৰজোঁটে
-পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ব্যাপকভাৱে উৎসাহিত কৰিছে বিজেপি-অগপক
-বজালী জিলাত ৫খন আসন আছিল
-৫খন আসনৰ ৪খন আসনে বিজেপিয়ে লাভ কৰিলে
-বৰপেটাত ১৯খন আসন আছিল
-১৯খনৰ ভিতৰত ৭ খন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে
-বিলাসীপাৰাত ৪খন আছিল, ২খন লাভ কৰিছে
-বিশ্বনাথত ১২খনৰ ১২খনেই লাভ কৰিছে
-বঙাইগাঁৱত ১২খন আসনত দুয়োটা দল লগ লাগি ৮খন লাভ কৰিছে
-কাছাৰত ২৫খন আসন আছিল, ১৬খন আসন লাভ কৰিছে
-চৰাইদেউত ৮খনত ৮খনেই লাভ কৰিছে
-দৰঙত ১২খন আছিল, ৭খন আসনত জয়লাভ কৰিছে
-ধেমাজিত ১২খনত ১২খনেই লাভ কৰিছে
-ধুবুৰীত ১২খনত ৩খনত জয়লাভ কৰিছে
-ঢকুৱাখনাত ৪খনত ৪খনতেই জয়ী হৈছে
-ডিব্ৰুগড়ত ২২খনত ২২খনেই জিকিছে
-গোৱালপাৰাত ১৬খন আসনত ১০খন আসন লাভ কৰিছে
-গোলাঘাট ২০ৰ ২০খনেই লাভ কৰিছে
-গুৱাহাটীত ৬খনত ৬খনেই লাভ কৰিছে
-হাইলাকান্দিত ৮খনৰ ভিতৰত ৩খন লাভ কৰিছে
-হোজাইত ১২খনৰ ভিতৰত ৭খন লভা কৰিছে
-যোৰহাটত ১৬খনৰ ১৬খনেই লাভ কৰিছে
-কলিয়াবৰত ৮ খনৰ ৮খনেই লাভ কৰিছে
-লখিমপুত ১৫খনত ১৩খন লাভ কৰিছে
-মাজুলীত ৪খনৰ ভিতৰত ৪খনেই লাভ কৰিছে
-মৰিগাঁৱত ১২খনৰ ভিতৰত ৮খন লাভ কৰিছে
-নগাঁৱত ১৯খনৰ ভিতৰত ১১খন লাভ কৰিছে
-নলবাৰীত ১২খনৰ ভিতৰত ১১খন লাভ কৰিছে
-উত্তৰ কামৰূপত ১২খনৰ ভিতৰত ১২খন লাভ কৰিছে
-শ্ৰীভূমিত ১৬খনৰ ভিতৰত ১১খন লাভ কৰিছে
-শিৱসাগৰত ১২খনৰ ভিতৰত ১১খন আসন লাভ কৰিছে
-শোণিতপুৰত ২০খনৰ ভিতৰত ২০খনতেই জয়লাভ কৰিছে
-দক্ষিণ কামৰূপত ১২খন আসনৰ ৬খনতেই জয়লাভ কৰিছে
-তিনিচুকীয়াত ২২খনৰ ২২খনতেই জয়লাভ কৰিছে
-পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছতেই ৰাজ্যবাসীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে