ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল… শীৰ্ষত কোন ?

ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে ।  জানক এই পৰীক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য- -বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী পৰীক্ষাৰ্থী -দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬০ গৰাকী পৰীক্ষাৰ্থী -তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩০৫ গৰাকী পৰীক্ষাৰ্থী -কলা

ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল । পুৱা ৯ বজাৰ লগে লগে ফলাফল ঘোষণা কৰা হৈছে ।  জানক এই পৰীক্ষাৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য-

-বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী পৰীক্ষাৰ্থী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৫,৭৬০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ২,৩০৫ গৰাকী পৰীক্ষাৰ্থী

-কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪৯,৫৭৭

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮০,৬৫০ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৫৩,৫১৮ গৰাকী পৰীক্ষাৰ্থী

-বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৬,৫১৯ গৰাকী

-দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৯,২৮৬ গৰাকী পৰীক্ষাৰ্থী

-তৃতীয় বিভাগত উত্তীৰ্ণ ৩,১৯৬ গৰাকী শিক্ষাৰ্থী

-কলা শাখাৰ শীৰ্ষত বাক্সা জিলা

-বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২১ শতাংশ

-বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা

-পশ্চিম কাৰ্বি আংলং জিলাৰ উত্তীৰ্ণ হাৰ ১০০ শতাংশ

-বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমাৰা

-দক্ষিণ শালমাৰাত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ

-যোৱা বৰ্ষৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফলৰ হাৰ হ্ৰাস

-প্ৰথমবাৰৰ বাবে চাৰ্টিফিকেট আৰু মাৰ্কশ্বীট এখন পেজত পাব

-উপলব্ধ এপৰ জৰিয়তে লাভ কৰিব ফলাফল