খেলপথাৰতে খঙত অগ্নি শৰ্মা হ’ল বিৰাট কোহলী;  RCBৰ অধিনায়ক ৰজত পাটিদাৰৰ ভুলৰ বাবে তীব্ৰ সমালোচনা

আইপিএল ২০২৫ ত যোৱা বৃহস্পতিবাৰে ঘৰুৱা খেলপথাৰতে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰ চি বি। দিল্লী কেপিটেলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ১৬৪ ৰানৰ লক্ষ্য ৰক্ষা কৰিবলৈ ওলাই আহিল বাংগালুৰু, ইয়াৰ উত্তৰত তেওঁলোকৰ আৰম্ভণিও ভাল আছিল কাৰণ দিল্লীয়ে ৩০ ৰানলৈকে ৩টা উইকেট হেৰুৱাইছিল।

আইপিএল ২০২৫ ত যোৱা বৃহস্পতিবাৰে ঘৰুৱা খেলপথাৰতে তীব্ৰ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় আৰ চি বি। দিল্লী কেপিটেলে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে।

১৬৪ ৰানৰ লক্ষ্য ৰক্ষা কৰিবলৈ ওলাই আহিল বাংগালুৰু, ইয়াৰ উত্তৰত তেওঁলোকৰ আৰম্ভণিও ভাল আছিল কাৰণ দিল্লীয়ে ৩০ ৰানলৈকে ৩টা উইকেট হেৰুৱাইছিল।

কিন্তু কে এল ৰাহুলৰ অপৰাজিত ইনিংছ ৯৩ ৰান আৰ চি বি দলৰ বাবে অত্যধিক বুলি প্ৰমাণিত হয়। এই পৰাজয়ৰ পিছত এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

য’ত বিৰাট কোহলীয়ে দীনেশ কাৰ্তিকৰ সৈতে খঙাল ভাবে কথা পতা দেখা গৈছে।ইয়াৰ পিছতেই আৰচিবিৰ দলৰ ভিতৰত সকলো ঠিক নাই বুলিও উৰাবাতৰি ওলাইছে।

এই ভিডিঅ’ টো দিল্লী কেপিটেলছৰ ইনিংছৰ ১৬ অভাৰ আছিল।কে এল ৰাহুলে আড়ম্বৰপূৰ্ণভাৱে শ্বট মাৰিবলৈ আৰম্ভ কৰাৰ লগে লগে বিৰাট কোহলিয়ে আৰ চি বিৰ বেটিং প্ৰশিক্ষক দীনেশ কাৰ্তিকৰ সৈতে খঙেৰে কথা পাতি থকা দেখা গ’ল।

এই ভিডিঅ’টোৱে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে যে বাংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰক লৈ কোহলী সুখী নহয় নেকি?

শেহতীয়া প্ৰৱন্ধসমূহ