কাৰাগাৰেই হ’ব নেকি ঠিকনা ; চুমি বৰা আৰু বিশাল ফুকনৰ জামিন আবেদন নাকচ আদালতৰ

বিপদে ল’গ নেৰা হৈছে চুমি-তাৰ্কিকক। পুনৰ মুখ থেকেচা খালে চুমি, তাৰ্কিক আৰু বিশাল ফুকনে। উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। বৰবৰুৱা আৰক্ষী থানাৰ ৮৫/ ২০২৪ নম্বৰৰ গোচৰৰ আজি শুনানি আছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে আছে তিনিও। পূৰ্বে

বিপদে ল’গ নেৰা হৈছে চুমি-তাৰ্কিকক। পুনৰ মুখ থেকেচা খালে চুমি, তাৰ্কিক আৰু বিশাল ফুকনে। উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। বৰবৰুৱা আৰক্ষী থানাৰ ৮৫/ ২০২৪ নম্বৰৰ গোচৰৰ আজি শুনানি আছিল।

কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন। সম্প্ৰতি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে আছে তিনিও।

পূৰ্বে ডিব্ৰুগড় থানাত ৰুজু হোৱা গোচৰত জামিন আবেদন নাকচ হৈছিল চুমি বৰাৰ। ট্ৰেডিং কেলেংকাৰীৰ বাবে তিনিও বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

শেহতীয়া প্ৰৱন্ধসমূহ