৫১ৰ আগত অহা লোকেহে কিনা-বেচা কৰিব পাৰিব মাটি…মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা !

-মাটি-বাৰী ক্ৰয়-বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ -অসমৰ কিছু ব্লকত প্ৰযোজ্য হ’ব কিছু নতুন নিয়ম -বিশেষ কিছু অঞ্চলত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ত প্ৰযোজ্য হ’ব নতুন নিয়ম -অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ‘৫১ৰ আগত অহা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব -মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় -আছু আৰু চৰকাৰৰ

-মাটি-বাৰী ক্ৰয়-বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ

-অসমৰ কিছু ব্লকত প্ৰযোজ্য হ’ব কিছু নতুন নিয়ম

-বিশেষ কিছু অঞ্চলত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ত প্ৰযোজ্য হ’ব নতুন নিয়ম

-অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ‘৫১ৰ আগত অহা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব

-মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়

-আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত

-এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু NON মিউনিছিপালটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰ।যোজ্য

-ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে

-জনজাতীয় আৰু অনূসুচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ

-ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভুমিত হব ছাৰ্ভে

-ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটীয়ৰ প্ৰতিবেদন অনুসৰি হ’ব জৰীপ

-চৰ অঞ্চলত ছাৰ্ভে হোৱা মানেই ছেটেলমেন্ট নহয়

শেহতীয়া প্ৰৱন্ধসমূহ