শোকাৱহ; জীয়ৰীৰ ঘৰত ফুৰিবলৈ যাওঁতেই মৃত্যু পিতৃৰ

ৰূপহীহাটৰ চাইদৰীয়াত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিজ জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য আলী আকবৰ নামৰ লোকজন। জানিব পৰা মতে AS02AK5671 নম্বৰৰ তীব্ৰবেগী বেলুনো বাহনে মহতিয়াই নিয়ে লোকজনক। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে। মৃত আলী আকবৰ মৌলানাৰ ঘৰ কৰৈগুৰিত বুলি জানিব

ৰূপহীহাটৰ চাইদৰীয়াত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিজ জীয়ৰিৰ ঘৰত ফুৰিবলৈ আহোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্য আলী আকবৰ নামৰ লোকজন।

জানিব পৰা মতে AS02AK5671  নম্বৰৰ তীব্ৰবেগী বেলুনো বাহনে মহতিয়াই নিয়ে লোকজনক। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে। মৃত আলী আকবৰ মৌলানাৰ ঘৰ কৰৈগুৰিত বুলি জানিব পৰা গৈছে।  

শেহতীয়া প্ৰৱন্ধসমূহ