পুনৰ ঘোচ লৈ আৰক্ষীৰ জালত চৰকাৰী বিষয়া;  মহানগৰীত আছে বিশাল মাটি সম্পত্তি

পুনৰ ঘোচ লৈ আৰক্ষীৰ জালত পৰিল এজন চৰকাৰী বিষয়া। আৱকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ চি এম ভিজিলঞ্চৰ। আৱকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল চি এম ভিজিলেন্সত। আয়বৰ্হিভুত সম্পত্তিক লৈ ২/২৪ নম্বৰত ৰুজু হৈছিল গোচৰটো।কিছুদিন পূৰ্বে মহানগৰীৰ সুন্দৰপুৰত থকা কলিতাৰ নিৰ্ভানা এপাৰ্টমেন্টত

পুনৰ ঘোচ লৈ আৰক্ষীৰ জালত পৰিল এজন চৰকাৰী বিষয়া। আৱকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাক গ্ৰেপ্তাৰ চি এম ভিজিলঞ্চৰ। আৱকাৰী বিভাগৰ সচিব ইন্দ্ৰেশ্বৰ কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল চি এম ভিজিলেন্সত।

আয়বৰ্হিভুত সম্পত্তিক লৈ ২/২৪ নম্বৰত ৰুজু হৈছিল গোচৰটো।কিছুদিন পূৰ্বে  মহানগৰীৰ সুন্দৰপুৰত থকা কলিতাৰ নিৰ্ভানা এপাৰ্টমেন্টত অভিযান চলাইছিল চি এম ভিজিলেঞ্চে।

য’ৰ পৰা লাভ কৰিচিল বহু তথ্য। জানিব পৰা মতে মহানগৰীৰ বেলতলা আৰু ভেটাপাৰাতো বিশাল মাটি সম্পত্তি আছে কলিতাৰ ।

শেহতীয়া প্ৰৱন্ধসমূহ