চলিত বৰ্ষতেই ৰাজ্যবাসীলৈ ৫০ হাজাৰ চৰকাৰী চাকৰি; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিৱনুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে ভালখবৰ। চলিত বৰ্ষতেই ৫০ হাজাৰ চৰকাৰী চাকৰিত দিয়া হ’ব নিযুক্তি। ইফালে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব ADRE ৰ ফলাফল।ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ কৰিলে ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ

গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিৱনুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে ভালখবৰ। চলিত বৰ্ষতেই ৫০ হাজাৰ চৰকাৰী চাকৰিত দিয়া হ’ব নিযুক্তি।

ইফালে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব ADRE ৰ ফলাফল।ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ কৰিলে ডাঙৰ মন্তব্য।

মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে ৫০ হাজাৰ নিৱনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

শেহতীয়া প্ৰৱন্ধসমূহ