-উমৰাংছু কয়লাখনিত প্ৰাণ হেৰুৱাবলগীয়া শ্ৰমিকক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত
-৩২০ফুট দ’ কুৱেৰিৰ পৰা উদ্ধাৰ ৪ শ্ৰমিকৰ মৃতদেহ
-কুৱেৰীৰ ভিতৰত বৰ্তমান ১১কোটি লিটাৰ পানী আছে
-বৰ্তমানো উদ্ধাৰ কৰিব পৰা নাই আৱদ্ধ আনজন শ্ৰমিকৰ মৃতদেহ
-দীৰ্ঘদিনে আৱদ্ধ হৈ থকা শ্ৰমিকক সুকলমে উদ্ধাৰ কৰাৰ সম্ভাৱনা নাই
-নিহত আৰু সন্ধানহীন শ্ৰমিকৰ পৰিয়ালক দিয়া হ’ব ১০লাখকৈ এককালীন সাহাৰ্য
-ঘটনা সন্দৰ্ভত কুৱেৰিটোত কৰ্মৰত অভিযন্তাই দিব লাগিব লিখিত বিৱৰণ
-উমৰাংছু কয়লাখনিত কৰ্মৰত শ্ৰমিকৰ পৰিয়ালে লাভ কৰিব ন্যায়
-আৰক্ষী সঞ্চালক প্ৰধানক ফৌজাদাৰী অনুসন্ধানৰ বাবে এছ আই টি গঠনৰ নিৰ্দেশ
-নেতৃত্ব প্ৰদান কৰিব ন্যায়াধীশ অনিমা হাজৰিকাই
-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উমৰাংছুৰ ঘটনাক লৈ কৰিলে ডাঙৰ মন্তব্য









