হঠাৎ লুটিবাগৰ চন্দ্ৰবাবু নাইডুৰ; সংগ নেৰে প্ৰধানমন্ত্ৰী মোদীৰ

ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা চলি আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি ? কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ সুৰ সলনি চন্দ্ৰবাবু নাইডুৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে।ৰাজহুৱা সভাত মোদীৰ সন্মুখত এই ডাঙৰ ঘোষণা নাইডুৰ। ডৰাচলতে কিছুদিন পূৰ্বে নাইডুৰ

ইমান দিনে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত চৰ্চা চলি আছিল যে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ সংগ এৰিব নেকি ? কিন্তু সেই জল্পনা কল্পনাৰ অন্ত পেলাই হঠাৎ সুৰ সলনি চন্দ্ৰবাবু নাইডুৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংগ নেৰে চন্দ্ৰবাবু নাইডুৱে।ৰাজহুৱা সভাত মোদীৰ সন্মুখত এই ডাঙৰ ঘোষণা নাইডুৰ। ডৰাচলতে কিছুদিন পূৰ্বে নাইডুৰ জৰিয়তে INDI এলায়েন্সে মোদী চৰকাৰক শলঠেকত পেলোৱাৰ চিন্তা কৰিছিল।

ৱাকফ বিলক লৈ মোদী চৰকাৰৰ বিৰোধিতা কৰিছিল INDI এলায়েন্সে।আৰু এতিয়া হঠাৎ সুৰ সলনি কৰি মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈছে চন্দ্ৰবাবু নাইডু।

সভাখনত চন্দ্ৰবাবু নাইডুৱে কৈছে যে “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ দ্ৰুত গতিত বিকাশ হৈছে। নৰেন্দ্ৰ মোদী এজন আদৰ্শবান নেতা আৰু নৰেন্দ্ৰ মোদীৰ পৰা বহু কথা শিকিব পাৰিছে” বুলিও চন্দ্ৰবাবু নাইডুৱে উল্লেখ কৰে।

শেহতীয়া প্ৰৱন্ধসমূহ