শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা

শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি বুলি কয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি । টুইটাৰযোগে দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যেতিয়া ‘নাৰী শক্তি’য়ে

শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি বুলি কয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে শিক্ষিত আৰু সৱল নাৰী যিকোনো প্ৰগতিশীল ৰাষ্ট্ৰ মজবুত ভেটি । টুইটাৰযোগে দিয়া বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে যে যেতিয়া ‘নাৰী শক্তি’য়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰে আৰু সাহসেৰে নেতৃত্ব দিয়ে তেতিয়া ই সমাজখনক অধিক সৰ্বাংগীন আৰু সমৃদ্ধিশালী কৰি তোলে ।

ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে- এই শুভক্ষণত আহক আমি এনে এখন সমাজ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰোঁ য’ত প্ৰতিগৰাকী মহিলাই সমান সুযোগ, সন্মান, নিৰাপত্তা আৰু স্বাধীনতা লাভ কৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে শিক্ষিত আৰু সৱল নাৰী হৈছে এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰকৃত ভেটি । নাৰীৰ আকাংক্ষা আৰু কৃতিত্বই এক সম আৰু ন্যায়সংগত ভৱিষ্যত গঢ় দিব পৰা পৰিৱেশ গঢ়ি তুলিবলৈ সকলোকে একেলগে কাম কৰিবলৈ আহ্বান জনায় তেওঁ ।

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৩ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছচিয়েল মিডিয়া

শেহতীয়া প্ৰৱন্ধসমূহ