সাংবাদিক-আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থাঃ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক

সাংবাদিক-আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থাঃ আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক

নিকাছীত আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক -বাক্সাৰ ঘটনাৰ সময়ৰ ভিডিঅ’ ফুটেজ কৰা হ’ব পৰীক্ষা -পৰিস্থিতি অনিয়ন্ত্ৰিত কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা -সাংবাদিক, আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা -‘বাক্সাৰ নিকাছীৰ সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন’ -‘বুধবাৰৰ ঘটনাৰ ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে’

নিকাছীত আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক

-বাক্সাৰ ঘটনাৰ সময়ৰ ভিডিঅ’ ফুটেজ কৰা হ’ব পৰীক্ষা

-পৰিস্থিতি অনিয়ন্ত্ৰিত কৰাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা

-সাংবাদিক, আৰক্ষীৰ বাহনত আক্ৰমণৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা

-‘বাক্সাৰ নিকাছীৰ সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন’

-‘বুধবাৰৰ ঘটনাৰ ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে’

-আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙৰ মন্তব্য

-আনহাতে স্থানীয় লোকে দিছে ভয়ংকৰ ভাষ্য

-‘বাক্সাৰ প্ৰতিবাদস্থলীত আছিল বাহিৰৰ লোক’

-‘নিচেই কম সংখ্যকহে স্থানীয় লোক আছিল ঘটনাস্থলীত’

-‘শিলাবৰ্ষণৰ সময়ত নাছিলো কোনো স্থানীয় লোক’

-‘বাহিৰৰ পৰা অহা লোকেহে ক্ষতি কৰিলে ৰাজহুৱা সম্পত্তিৰ’

-‘স্থানীয় লোকে অভিযুক্তক চাবলৈহে আহিছিল’

-বাক্সাৰ নিকাছীৰ সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণাধীন

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী