বঙাইগাঁৱত ১১ অবৈধ বাংলাদেশী নাগৰিকক আটক

বঙাইগাঁৱত ১১ অবৈধ বাংলাদেশী নাগৰিকক আটক

১১ অবৈধ বাংলাদেশী নাগৰিক আটক -নিশাৰ অন্ধকাৰত অসমলৈ আহি আছে জাকে জাকে বাংলাদেশী –বঙাইগাঁৱত আটক ১১টা বাংলাদেশী -নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ -প্ৰশাসনৰ তৎপৰতাত আটাইকে কৰা হয় গ্ৰেপ্তাৰ -ধৃত আব্দুল্লা, মহম্মদ নুৰ, আছল্যা বেগম, -মহম্মদ আনাছ, নুৰ আলম, নুৰ কালিমা, মহম্মদ আনিছ,

১১ অবৈধ বাংলাদেশী নাগৰিক আটক

-নিশাৰ অন্ধকাৰত অসমলৈ আহি আছে জাকে জাকে বাংলাদেশী

বঙাইগাঁৱত আটক ১১টা বাংলাদেশী

-নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশীৰ

-প্ৰশাসনৰ তৎপৰতাত আটাইকে কৰা হয় গ্ৰেপ্তাৰ

-ধৃত আব্দুল্লা, মহম্মদ নুৰ, আছল্যা বেগম,

-মহম্মদ আনাছ, নুৰ আলম, নুৰ কালিমা, মহম্মদ আনিছ,

-চাফা, ৰীমা, নুৰ চাহিদাক আটক

-নিশাৰ ৰে’লেৰে অহাৰ সময়তে বঙাইগাঁৱত গ্ৰেপ্তাৰ আটাইকে

লগতে পঢ়ক : বাক্সাত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং; বাতিল আৰক্ষীৰ ছুটী

শেহতীয়া প্ৰৱন্ধসমূহ