কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদৰ পিছতেই অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। অৱশেষত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। NEET-UG পৰীক্ষাৰ অনিয়মক লৈ দেশজোৰা বিতৰ্ক আৰু যন্তৰ মন্তৰত চলি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদৰ পিছতেই অৱশেষত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে।

অৱশেষত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে।

NEET-UG পৰীক্ষাৰ অনিয়মক লৈ দেশজোৰা বিতৰ্ক আৰু যন্তৰ মন্তৰত চলি থকা ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক: ‘ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক’; ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত দক্ষিণৰ অভিনেত্ৰী জ্যোতিকা

শেহতীয়া প্ৰৱন্ধসমূহ