‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ

‘বিহু আৰু দুৰ্গা পূজাত ৰাইজে পাব বিনামূলীয়াকৈ চিলিণ্ডাৰ’;অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ বিহুৰ উপহাৰ

বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।মাহমৰা সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিলে বিহুৰ উপহাৰ ব’হাগ বিহুৰ প্ৰকাক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বিহুৰ উপহাৰ।মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে মাহমৰা

বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ তুংগত উঠিছে।মাহমৰা সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে অসমবাসীক দিলে বিহুৰ উপহাৰ

ব’হাগ বিহুৰ প্ৰকাক্ষণত অসমবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে বিহুৰ উপহাৰ।মাহমৰাত নিৰ্বাচনী প্ৰচাৰ সভা চলায় থকাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক কথা ঘোষণা কৰে।মুখ্যমন্ত্ৰী গৰাকীয়ে মাহমৰা নিৰ্বাচনী সভাত ৰাইজৰ কেইবাটাও প্ৰতিশ্ৰুতি দিছে।

প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আছে।এতিয়াৰে পৰা বিহু আৰু দূৰ্গা পূজাত প্ৰতিঘৰ লোকেই দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব।বিহুত এটা চিলিণ্ডাৰ আৰু দুৰ্গা পূজাত এটাকৈ গেছ চিলিণ্ডাৰ লাভ কৰিব।অৱশ্যে এই দুটা চিলিণ্ডাৰৰ মূল্য ৰাইজে দিব নালাগে।ইয়াৰ মূল্য চৰকাৰে দিব।

লগতে পঢ়ক: ‘কংগ্ৰেছৰ দিনত চাকৰিৰ ক্ষেত্ৰত হোৱা দুৰ্নীতি আমি নিৰ্মূল কৰিলো’;কংগ্ৰেছক কটাক্ষ পীয়ুষ হাজৰিকাৰ