অসম আৰক্ষীৰ বাবে আৱেদন কৰিব বিচৰা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ।
আপুনি অসম আৰক্ষীত আবেদন কৰিব বিচাৰিছে নেকি? তেনেহলে আপোনাৰ বাবে আছে এটা ভালখবৰ। পুলিচৰ বাবে আৱেদন কৰিব বিচৰা যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে এটা ভাল খবৰ।
বৃদ্ধি কৰা হ’ল অসম আৰক্ষীৰ নিযুক্তিৰ বয়সৰ সীমা।এতিয়াৰে পৰা ২৬ বছৰ বয়সলৈকে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে নিম্নতম বয়স হৈছে ১৮ বছৰ।
অসম আৰক্ষীৰ চাকৰিত আবেদনৰ বাবেও বৃদ্ধি কৰা হল ১৫ দিনৰ সময়সীমা। ফেচবুক লাইভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
লগতে পঢ়ক: ‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী









