আজি বিতৰণ কৰা হ’ব মন্ত্ৰীসকলৰ দপ্তৰ; কাৰ হাতলৈ যাব কি বিভাগ ?

শপত গ্ৰহণ পিছতেই মন্ত্ৰীসভাৰ সদস্যৰে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

১২ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বেঠক অনুষ্ঠিত কৰিছে। আজি খানাপাৰাস্থিত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰত শপত ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২ গৰাকী নতুন মন্ত্ৰীয়ে।মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই সন্ধিয়া ৬ বজাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত

১২ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বেঠক অনুষ্ঠিত কৰিছে।

আজি খানাপাৰাস্থিত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰত শপত ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ ১২ গৰাকী নতুন মন্ত্ৰীয়ে।মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছতেই সন্ধিয়া ৬ বজাত গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব এই কেবিনেট বৈঠক।

৬ বজাত হ’বলগীয়া এই কেবিনেট বৈঠকত আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যবাসীৰ বাবে বহুকেইটা ডাঙৰ ঘোষণা অহাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ সম্প্ৰসাৰণ : ১২ বিধায়কৰ শপত গ্ৰহণ, মন্ত্ৰীসভাত ৪ নতুন মুখ