কাৰাগাৰ নে মুকলি আকাশ! সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আজি আদালতত চূড়ান্ত ৰায়দান

কাৰাগাৰ নে মুকলি আকাশ! সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আদালতত চূড়ান্ত ৰায়দান

আজি মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আজি আদালতে দিব চূড়ান্ত ৰায়দান আজি ফাষ্ট ট্ৰেক আদালতে দিব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানিৰ ৰায়দান। ২৮ এপ্ৰিলত শুনানি সম্পন্ন কৰি আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছিল।কেইটামান ঘন্টাৰ পাছতে ৰায়দান দিব

আজি মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ শৰ্মাৰ জামিন সন্দৰ্ভত আজি আদালতে দিব চূড়ান্ত ৰায়দান

আজি ফাষ্ট ট্ৰেক আদালতে দিব সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানিৰ ৰায়দান। ২৮ এপ্ৰিলত শুনানি সম্পন্ন কৰি আদালতে ৰায় সংৰক্ষিত কৰি ৰাখিছিল।কেইটামান ঘন্টাৰ পাছতে ৰায়দান দিব আদালতে। আজি জামিন লাভ কৰিলে মুকলি আকাশৰ তললৈ আহিব সিদ্ধাৰ্থ শৰ্মা। অৱশ্যে আবেদন নাকচ হ’লে জে’লেই হ’ব পৰৱৰ্তী ঠিকনা।আদালতে কি সিদ্ধান্ত লয় তাকে লৈ এতিয়া সকলোৰে চকু এতিয়া আদালতৰ ৰায়ৰ ওপৰত নিৱদ্ধ হৈ আছে।

জুবিন গাৰ্গ হত্যা কাণ্ডৰ সৈতে জড়িত সিদ্ধাৰ্থ শৰ্মা বৰ্তমান বাক্সাৰ নিকাছী কাৰাগাৰত বন্দী হৈ আছে।ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱা আৰু বিভিন্ন বেংকৰ ৬টা একাউণ্ট জব্দৰ নিৰ্দেশো দিছিল ফাষ্টট্ৰেক আদালতে।

লগতে পঢ়ক: তুমিও নিজেই নিজক চাবা গ’ল্ডী.. শ্যামকানুৰ জামিন আৱেদন খাৰিজৰ পিছত গৰিমাৰ আৱেগিক পোষ্ট