ঘোষণা হ'ল HS পৰীক্ষাৰ ফলাফল; শীৰ্ষ স্থানত বজালী জিলা

আহি গ’ল ফলাফলৰ ৱেবচাইট; ১২টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল

আৰু মাত্ৰ কেইটামান মুহুৰ্তৰ পিছতেই ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ১২ টাকৈ ৱেবচাইটত পাব ফলাফল আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ ফলাফল। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ASSEBৰ। ১২ টা ৱেৱছাইটৰ লগতে মোবাইল এপটো উপলব্ধ

আৰু মাত্ৰ কেইটামান মুহুৰ্তৰ পিছতেই ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ১২ টাকৈ ৱেবচাইটত পাব ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ ফলাফল। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ASSEBৰ। ১২ টা ৱেৱছাইটৰ লগতে মোবাইল এপটো উপলব্ধ হ’ব ফলাফল।  পুৱা ১০:৩০ বজাত ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল। ১২ টা ৱেবটাইট হৈছে-

https://ahsec.assam.gov.in

www.indiaresults.com

www.schools9.com

www.assamresult.in

www.results.shiksha

www.iResults.in

www.iResults.NET

www.vidyavision.com

www.jagranjosh.com

www.ndtv.com

www.indianexpress.com

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী ৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এজন ৷

লগতে পঢ়ক: কাইলৈ পুৱা ১০ বজাৰ লগে লগেই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

শেহতীয়া প্ৰৱন্ধসমূহ