২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

অৱশেষত উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ X যোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলত পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে।পুৱা ১০ বজাৰ লগে লগেই ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। কলা,বিজ্ঞান আৰু বাণিজ্য

অৱশেষত উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ X যোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলত পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে।পুৱা ১০ বজাৰ লগে লগেই ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।

কলা,বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰে ফলাফল একেলগে ঘোষণা কৰা হ’ব। শীঘ্ৰে কেইবাটাও অনলাইন ৱেবছাইট মুকলি কৰা হ’ব।   

লগতে পঢ়ক: “কোনো প্ৰমাণ নোহোৱাকৈ ৭ মাহে শ্যামকানুক জে’লত ভৰাই থৈছে”: অনিতা মহন্ত