বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা...

বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা…

১২৬খন বিধানসভাৰ আসনৰ বাবে কংগ্ৰেছে এতিয়ালৈকে ৮৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা। অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে কংগ্ৰেছে তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে।এই তালিকাত মুঠ ২২ টা নাম আছে। এনে পৰিপ্ৰেক্ষিতত দলটোৱে মুঠ ৮৭খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

১২৬খন বিধানসভাৰ আসনৰ বাবে কংগ্ৰেছে এতিয়ালৈকে ৮৭খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰিলে তৃতীয়খন প্ৰাৰ্থী তালিকা।

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে কংগ্ৰেছে তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে।এই তালিকাত মুঠ ২২ টা নাম আছে। এনে পৰিপ্ৰেক্ষিতত দলটোৱে মুঠ ৮৭খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

কংগ্ৰেছে প্ৰথমখন তালিকাত ৪২ গৰাকী দ্বিতীয়খন তালিকাত ২৩ গৰাকী আৰু এতিয়া তৃতীয় তালিকাত ২২ জনৰ নাম ঘোষণা কৰা হৈছে। কিন্তু ১২৬খন বিধানসভা আসনৰ এতিয়াও কংগ্ৰেছে ২৪খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।

২২টা সমষ্টিৰ নাম সমূহ হৈছে-

কোকৰাঝাৰ (ST): মাণিক চন্দ্ৰ ব্ৰহ্ম

বাওখুংগ্ৰী: চাপালি মাৰাক

পৰ্বতঝোৰা: আশ্ৰাফুল ইছলাম শ্বেখ

ধুবুৰী: বেবী বেগম

জলেশ্বৰ: আফতাব উদ্দিন মোল্লা

অভয়াপুৰী: প্ৰদীপ সৰকাৰ

চিডলী চিৰাং (ST): মতীলাল নাৰ্জাৰী

চেঙা: আব্দুৰ ৰহিম আহমেদ

পাকাবেটবাৰী: জাকিৰ হুছেইন শিকদাৰ

বাক্সা (ST): জগদীশ মদাহী

তামুলপুৰ (ST): ৰাফি দৈমাৰী

ওদালগুৰি (ST): সোৰেণ দৈমাৰী

লাহৰীঘাট: ড° আছিফ মহম্মদ নজৰ

নগাঁও-বটদ্ৰৱা: ড° দুৰ্লভ চমুৱা

লগতে পঢ়ক: ঘোষণা কৰা হ’ল অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ তালিকা…